Assam Free Laptop Yojana 2025: মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া লেপটপ!

Sharing is caring — let someone else benefit too!

Assam Free Laptop Yojana 2025: উচ্চতৰ শিক্ষাৰ বাবে বিনামূলীয়া লেপটপ আঁচনি

📅 আপডেট: 19 July 2025 | ✍️ Author: Pushpal (NewsModeON)

📌 এই প্ৰবন্ধত আপুনি জানিব:

  • আঁচনিখনৰ উদ্দেশ্য
  • সুবিধাসমূহ
  • যোগ্যতা ক্ৰাইটেৰিয়া
  • প্ৰয়োজনীয় নথিপত্ৰ
  • অনলাইন আবেদন প্ৰক্ৰিয়া
  • ভিডিঅ’ আৰু PDF
  • আধিকারিক ৱেবচাইট


🎓 আঁচনিৰ মূল উদ্দেশ্য

অসম চৰকাৰে ২০২৫ বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীর্ণ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া লেপটপ বিতৰণ আঁচনি আৰম্ভ কৰিছে। ডিজিটেল শিক্ষাৰ বাবে সহায় হিচাপে এই আঁচনি চালু কৰা হৈছে, যাৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত ডিজিটেল গেপ হ্ৰাস পাব বুলি আশা কৰা হৈছে।

🎁 কি সুবিধা পোৱা যাব?

  • বিনামূলীয়া লেপটপ বা ₹20,000ৰ DBT (ডাইৰেক্ট বেংক ট্ৰান্সফাৰ)
  • লেপটপ, মোবাইল, বা টেবলেট ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰি
  • গাঁৱ-চহৰৰ সকলো মেধাবী ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হব

📌 যোগ্যতা ক্ৰাইটেৰিয়া

  • অসম ৰাজ্যৰ স্থায়ী বাসিন্দা হ’ব লাগিব
  • ২০২৪-২৫ বৰ্ষত ১২শ্রেণী উত্তীৰ্ণ
  • 70% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে
  • অৰ্হতাসম্পন্ন OBC/SC/ST শিক্ষাৰ্থীক অগ্ৰাধিকাৰ

📄 প্ৰয়োজনীয় নথিপত্ৰ

  • ১২ শ্ৰেণীৰ মার্কশ্বীট
  • আধাৰ কাৰ্ড
  • বেংক পাসবুক
  • স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
  • স্কুলৰ চিনাক্তকাৰী পত্ৰ / ID

📝 কেনেদৰে আবেদন কৰিব?

  1. 👉 উচ্চ শিক্ষা বিভাগ (DHE Assam) ৱেবচাইটলৈ যাওক
  2. “Laptop Scheme 2025” অপশনত ক্লিক কৰক
  3. আবেদন ফৰ্ম ভৰক আৰু OTP ৰে ভেৰিফাই কৰক
  4. নথিপত্ৰ আপল’ড কৰক আৰু সাৱমিট কৰক
  5. Reference ID সেভ কৰি ৰাখক

🎬 আঁচনিৰ ভিডিঅ’

📌 Video YouTube ত upload হোৱাৰ পাছত ইয়াত সংযোগ কৰা হব।

📥 আঁচনি PDF ডাউনলোড কৰক

👉 Assam Free Laptop Yojana 2025 PDF ডাউনলোড কৰক

🌐 অধিকারিক ৱেবচাইট


📢 আপোনাৰ পৰিয়াল, বন্ধুবৰ্গ, আৰু স্কুল গ্ৰুপত এই আঁচনিৰ তথ্য শ্বেয়াৰ কৰক — যাতে গাঁও-চহৰ সকলো শিক্ষাৰ্থীয়ে উপকৃত হ’ব পাৰে।

📚 অন্যান্য আঁচনি:

✍️ এই Discover-Friendly Post টি NewsModeON দ্বাৰা প্ৰকাশিত।


Sharing is caring — let someone else benefit too!